দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ ছিছ’ডিয়ালৈ কামৰূপ CJM আদালতৰ চমন

A

নিউজ ডেস্ক:

দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ ছিছ'ডিয়ালৈ চমন কামৰূপ(ম) জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু পৰিয়ালৰ বিৰুদ্ধে পি পি কীট কেলেংকাৰী কৰাৰ গুৰুতৰ অভিযোগ তোলাৰ পিছতেই ১০০কোটি টকাৰ মানহানি গোচৰ দাখিল কৰিছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালে।মুখ্যমন্ত্ৰী শৰ্মা আৰু পৰিয়ালৰ গোচৰৰ ভিত্তিতে ২৯ ছেপ্টেম্বৰত দিল্লীৰ শিক্ষামন্ত্ৰী গৰাকীক আদালতত হাজিৰ হোৱাৰ নির্দেশ।

Your Comments