কলিয়াবৰ জিলা সত্ৰ মহাসভা সাংস্কৃতিক যাদুঘৰ আৰু পুথিভঁৰালৰ আধাৰশিলা স্থাপন

কলিয়াবৰ জিলা সত্ৰ মহাসভা সাংস্কৃতিক যাদুঘৰ আৰু পুথিভঁৰালৰ আধাৰশিলা স্থাপন

আজি জল সম্পদ মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই কলিয়াবৰ জিল সত্ৰ মহাসভা সাংস্কৃতিক যাদুঘৰ আৰু পুথিভঁৰালৰ আধাৰশিলা স্থাপন কৰে ।

আধাৰশিলা স্থাপন কৰি গুৰুজনাৰ সৃষ্টিকৰ্মসমূহৰ যাতে সঠিক চৰ্চা হয় তাৰ ওপৰত মন্ত্ৰীগৰাকীয়ে সত্ৰৰ প্ৰয়োজনীয় ভূমিকাৰ বিষয়ে উল্লেখ কৰে ।

কলিয়াবৰ জিলা সত্ৰ মহাসভা সাংস্কৃতিক যাদুঘৰ আৰু পুথিভঁৰালৰ আধাৰশিলা স্থাপন

মঙলবাৰৰ পৰা আয়োজিত হৈ থকা ৫৭০সংখ‍্যক গুৰুজয়ন্তী উৎসৱৰ আজি নাম প্ৰসঙ্গৰ পিছতেই বিশেষ কাৰ্যসূচী হিচাপে শিশুসকলে পৰিবেশন কৰা শ্ৰীমন্ত শঙ্কৰদেৱ ৰচিত অঙ্কীয়া নাট "পত্নী প্ৰসাদ" পৰিৱেশন কৰি দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয় ।

কলিয়াবৰ জিলা সত্ৰ মহাসভা সাংস্কৃতিক যাদুঘৰ আৰু পুথিভঁৰালৰ আধাৰশিলা স্থাপন

কাইলৈ অন্তিম দিনা নিশালৈ সমন্বিত যুৱতীৰ্থ, কলিয়াবৰে "ৰাজসূয় যজ্ঞ" নাট প্ৰদৰ্শন কৰিব ।
 

Your Comments