ভাগৱত যাত্ৰা আৰু হৰিনাম ধ্বনিৰে মুখৰিত গহপুৰ

ভাগৱত যাত্ৰা আৰু হৰিনাম ধ্বনিৰে মুখৰিত গহপুৰ

সমগ্ৰ অসমৰ লগতে গহপুৰৰ হেলেমতো বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হয় ।

ভাগৱত যাত্ৰা আৰু হৰিনাম ধ্বনিৰে মুখৰিত গহপুৰ

হেলেমৰ বিভিন্ন স্থানত ভক্তপ্ৰাণ ৰাইজে ধৰ্মীয় ভাগৱত যাত্ৰা বাহিৰ কৰে । এই ভাগৱত যাত্ৰাত বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে । গহপুৰ তথা হেলেমৰ আকাশ-বতাহ হৰিনাম ধ্বনিৰে মুখৰিত হোৱা দেখিবলৈ পোৱা যায় । 

ভাগৱত যাত্ৰা আৰু হৰিনাম ধ্বনিৰে মুখৰিত গহপুৰ

উল্লেখ্য যে গুৰুজনাৰ আৱিৰ্ভাৱ তিথিৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মধ্য ছয়দুৱাৰ আঞ্চলিক শাখাৰ উদ্যোগত ৰঙাজান আৰু মিলন প্ৰাথমিক শাখাৰ আতিথ্যত শিশু-আইমাতৃ কল্যাণ শাখা সমাৰোহ ৰঙাজান প্ৰাথমিক শাখাৰ নামঘৰ (টকৌবাৰী)ত আয়োজন কৰা হৈছে ।

Your Comments