তিনি কৃষি আইন প্ৰত্যাহাৰত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

A

নিউজ ডেস্ক:

দেশৰ কৃষকৰ এবছৰো অধিক  সময় দীঘলীয়া আন্দোলনৰ ফচল কেন্দ্ৰীয় চৰকাৰৰ তিনিখন কৃষক বিৰোধী কৃষি আইন বাতিল কৰাৰ  প্ৰস্তাৱ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে একপক্ষীয়ভাৱে আইন ৩খন বাতিল কৰা সিদ্ধান্তক কেন্দ্ৰীয় কেবিনেটত অনুমোদন।প্রধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত কৃষি আইন তিনি খন বাতিল বা প্ৰত্যাহাৰৰ প্ৰস্তাৱত অনুমোদন জনায় মন্ত্ৰী পৰিষদে।

আগন্তুক শীতকালীন সংসদৰ অধিৱেশনত প্ৰত্যাহাৰ বিধেয়ক উত্থাপন হ'ব।২৯ নৱেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হ'ব।

Your Comments