অভিনেতা ৰজনীকান্তলৈ চলচ্চিত্ৰৰ সৰ্বশ্ৰেষ্ঠ দাদা চাহেব ফাল্কে বঁটা

A


নিউজ ডেস্ক:
৬৭সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ৰজনীকান্তক প্ৰদান কৰা হয় দাদা চাহেব ফাল্কে বঁটা। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে নিজ হাতে প্ৰদান কৰে এই বঁটা ।
উল্লেখ্য যে ,অনুষ্ঠানটোত ভাষণ দি ৰজনীকান্তে তেওঁৰ গুৰু কে বলচন্দৰ, তেওঁৰ জ্যেষ্ঠ ভাতৃ সত্যনাৰায়ণ গায়কৱাড় আৰু তেওঁৰ শ্ৰেষ্ঠ বন্ধু ৰাজ বাহাদুৰক এই বঁটা উৎসৰ্গা কৰে।

Your Comments