কটন বিশ্ববিদ্যালয়ৰ স্নাতক শাখাৰ নামভৰ্তিৰ সময়সীমা বৃদ্ধি, পঢ়ি লওঁক

A

নিউজ ডেস্ক:

ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ স্নাতক শাখাৰ নামভৰ্তিৰ আৱেদনৰ সময়সীমা বৃদ্ধি।১৮ছেপ্টেম্বৰলৈ আগ্ৰহী ছাত্ৰ-ছাত্ৰীয়ে আৱেদন কৰিব পাৰিব।অনলাইনৰ জৰিয়তে ২০২১-২২বৰ্ষৰ নামভৰ্তিৰ আৱেদন কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীয়ে।

উল্লেখ্য যে  পূৰ্বতে ঘোষণা কৰা অনুসৰি স্নাতক প্ৰথমবর্ষৰ নামভৰ্তিৰ আৱেদন দাখিলৰ আজি অন্তিম দিন।

আনহাতে, ছাত্ৰী-ছাত্ৰীৰ আৱেদনৰ ওপৰত ভিত্তি কৰি স্নাতক শাখাৰ নামভৰ্তিৰ প্ৰথমখন তালিকা প্ৰকাশ পাব ২১ ছেপ্টেম্বৰত।B

Your Comments