আফগানিস্তানত তালিবানে নিষিদ্ধ কৰিলে সংগীত

A

নিউজ ডেস্ক:

আফগানিস্তান দখলৰ পাছত ইটোৰ- পিছত সিটো ফটোৱা তালিবানৰ।আফগান নাগৰিকক লৈ তালিবানে জাৰি কৰিলে আন এক ফটোৱা।আফগান নাগৰিকক সংগীত চৰ্চা ৰ পৰা বিৰতৰ থাকিবলৈ সকিয়নী তালিবানৰ।

তালিবানৰ মুখপাত্ৰ জাবিল্লাহ মুজাহিদে সদৰী কৰা অনুসৰি ইছলামত সংগীত নিষিদ্ধ।দেশত কোনো স্থানত নাথাকিব সংগীত।

উল্লেখ্য যে বিভিন্ন সামাজিক মাধ্যমত তালিবানে সাংগীতিক বাদ্যযন্ত্ৰ ভাঙি পেলোৱা দৃশ্য ভাইৰেল হৈ পৰিছে।গুৰুত্বপূৰ্ণ কথা যে তালিবানে জাৰি কৰা ফটোৱা ভংগ কৰিলে সন্মুখীন হ’ব কঠোৰ শাস্তিৰ।

Your Comments