আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উজলিল অভিনেত্ৰী আইমি বৰুৱা, পঢ়ক

A

নিউজ ডেস্ক:

ৰাজ্যৰ সাংস্কৃতিক জগতলৈ ভাল খবৰ।ট'ৰণ্টু আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত উজলিল মোহময়ী অভিনেত্ৰী আইমি বৰুৱা।

ডিমাছা ভাষাৰ ছবি "ছেমখৰ"ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান পাইছে অভিনেত্ৰী গৰাকীয়ে।উল্লেখ্য যে ডিমাছা ভাষাৰ প্ৰথমখন ছবি আছিল ছেমখৰ ৷

ইফালে বঁটা লাভ কৰি অভিনেত্ৰী আইমিয়ে ধন্যবাদ জনায় ছবিখনৰ সৈতে জড়িত প্ৰত্যেক গৰাকীৰ কলা-কুশলীক।B

Your Comments