অভিনেতা দিলীপ কুমাৰৰ মৃত্যুৰ বাবে পুৱা ১১বজাত অনুষ্ঠিত হ’ব লগীয়া কেন্দ্ৰীয় কেবিনেট বৈঠক বাতিল কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। ইয়াৰ লগতে বাতিল কৰা হৈছে মন্ত্ৰীসভাৰ বিশেষ বৈঠকো ৷
উল্লেখ্য যে, কেবিনেট সম্প্ৰসাৰণ আৰু শপত গ্ৰহণ অনুষ্ঠান ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'ব ৫.৩০ বজাৰ পৰিবৰ্তে ৬বজাত। দিলীপ কুমাৰৰ শেষকৃত্য ৫বজাৰপৰা অনুষ্ঠিত হোৱাৰ বাবে সময়ৰ সাল-সলনি কৰা হ’ল ৷
- Log in to post comments
- 13 views