প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে দেশত আজিৰে পৰা 'টীকা উৎসৱ'

Pic

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান মৰ্মে ১১ এপ্ৰিলৰ পৰা দেশত আৰম্ভ হৈছে 'টীকা উৎসৱ'।অহা ১৪ এপ্ৰিললৈ এই উৎসৱ চলিব।এই উৎসৱত সৰ্বাধিকসংখ্যক যোগ্য ব্যক্তিক ক'ৰ'না ভেকচিন প্ৰদান কৰিবলৈ প্ৰয়াস কৰা হ'ব।

এই উৎসৱে দেশত নিয়াৰিকৈ টীকাকৰণৰ সামৰ্থ বৃদ্ধি কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে।

Your Comments