দেশত বিগত ২৪ ঘণ্টাত ১ লাখ ৫২ হাজাৰতকৈ অধিক লোক ক'ৰ'না আক্ৰান্ত

Pic

দেশত ক'ৰ'নাৰ দ্ৰুত সংক্ৰমণ অব্যাহত আছে।বিগত ২৪ ঘণ্টাত ১ লাখ ৫২ হাজাৰতকৈ অধিক লোকৰ ক'ৰ'না আক্ৰান্ত হৈছে। এই সময়ছোৱাত মৃত্যু হৈছে ৮৩৯ গৰাকী লোকৰ।ইফালে,মহাৰাষ্ট্ৰত ক'ৰ'নাৰ ভয়ংকৰ সংক্ৰমণ হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত পূৰ্ণ লকডাউন দিয়াৰ সিদ্ধান্ত আজি সন্ধিয়া ল'ব পাৰে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই।

Your Comments