গুৰুত্বপূৰ্ণ সফলতা:জম্মু-কাশ্মীৰত সেনাৰ হাতত নিহত ১০ টাকৈ সন্ত্ৰাসবাদী

Army

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযানত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে ভাৰতীয় সেনাই।বিগত ৪৮ ঘণ্টাত ১০ টাকৈ দুধর্ষ সন্ত্ৰাসবাদীক নিধন কৰিছে সেনাই।ছ'পিয়াত তিনিটা,পুলৱামাত দুটা,ত্ৰালত দুটাকে ধৰি মুঠ দহটা সন্ত্ৰাসবাদী নিহত হয় সেনাৰ হাতত। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে  অভিযানত সেনাৰ ক্ষতি হোৱা নাই।মাত্ৰ ৪ গৰাকী জোৱান সামান্যভাৱে আহত হয়।

Your Comments