ক'ৰ'নাৰ বৰ্ধিত সংক্ৰমণ:দিল্লীত নৈশ সান্ধ্য আইন বলৱৎ

Pic

ক'ৰ'নাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজধানী দিল্লীত ঘোষণা কৰা হ'ল নৈশ সান্ধ্য আইন।নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ থাকিব এই  নৈশ সান্ধ্য আইন‌।অহা ৩০ এপ্ৰিললৈ বলৱৎ থাকিব এই সান্ধ্য আইন‌।

Your Comments