ক'ৰ'না লকডাউনৰ মাজতেই মহাৰাষ্ট্ৰত চাকৰিৰ পৰীক্ষা দিলে হাজাৰ-হাজাৰ যুৱক-যুৱতীয়ে

Pic

মহাৰাষ্ট্ৰত ক'ৰ'নাৰ বৰ্ধিত সংক্ৰমণৰ বাবে একাংশ এলেকাত লকডাউন আৰু নৈশ সান্ধ্য আইন ঘোষণা কৰা হৈছে।এনে পৰিস্থিতিৰ মাজতেই ২১ মাৰ্চত অনুষ্ঠিত হয় মহাৰাষ্ট্ৰ ষ্টেট ছাৰ্ভিচ প্ৰিলিমছ এক্সাম-২০২১অনুষ্ঠিত কৰা হয়।ক'ৰ'নাৰ সংক্ৰমণৰ পৰিস্থিতিৰ মাজতো যথেষ্ট সংখ্যক যুৱক-যুৱতী পৰীক্ষাত অৱতীৰ্ণ হয়।তেওঁলোকে মুখত মাস্ক পৰিধান কৰি আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখি পৰীক্ষাত অৱতীৰ্ণ হয়।লকডাউন চলি থকা নাগপুৰতো পৰীক্ষা দিয়ে বৃহৎ সংখ্যক প্ৰাৰ্থীয়ে।

Your Comments