দেশৰ অৰ্থনীতিত ক'ৰ'না সংকটৰ মাধমাৰ।চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত অৰ্থাৎ এপ্ৰিল,মে',জুন মাহত জিডিপি ২৩.৯ শতাংশ নিম্নগামী হৈছে।লকডাউনৰ বাবে এপ্ৰিল আৰু মে' মাহত দেশৰ অৰ্থনীতি সম্পূৰ্ণ স্থবিৰ হৈ পৰা আৰু জুন মাহত সামান্যহে গতিশীল হোৱাৰ বাবে জিডিপি এনেদৰে অভূতপূৰ্বভাৱে নিম্নগামী হয়।
- Log in to post comments
- 21 views