ভাৰতত ক'ৰ'না ৰোগীৰ আৰোগ্য হোৱাৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে।বৰ্তমানলৈ দেশত ৭,৫৩,০৫০ ক'ৰ'না ৰোগী আৰোগ্য হৈছে।আনহাতে,আক্ৰান্ত হৈছে প্রায় ১২ লাখ লোক।বিগত ২৪ ঘণ্টাত দেশত ৬৪৮ গৰাকী ক'ৰ'না ৰোগীৰ মৃত্যু হৈছে।
- Log in to post comments
- 22 views