"চিকিৎসালয় অথবা সীমান্ত-আমি সদায় সম্পূৰ্ণ প্ৰস্তুত"-প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

Rajnath Singh

দেশৰ ক'ৰ'না সংকট আৰু চীনৰ সৈতে সীমান্তৰ উত্তেজনা সম্পৰ্কত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শেহতীয়া মন্তব্য প্ৰকাশ কৰিছে।ৰাজনাথ সিঙে কয়-"চিকিৎসালয় অথবা সীমান্ত-আমি সদায় সম্পূৰ্ণ প্ৰস্তুত।"কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে দেওবাৰে দিল্লীত নৱনিৰ্মিত ১,০০০খন বিচনাৰ চৰ্দাৰ বল্লভ ভাই পেটেল অস্থায়ী ক'ভিড চিকিৎসালয় পৰিদৰ্শন কৰোঁতে সাংবাদিকৰ আগত এই মন্তব্য কৰে সিঙে।

Your Comments