
সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক ৰাষ্ট্ৰ পাকিস্তানে সন্ত্ৰাসবাদীৰ পৰাই পাইছে পুনৰ আঘাত।সোমবাৰে পাকিস্তানৰ কৰাচীস্থিত পাকিস্তান ষ্টক এক্সচেঞ্জত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে।আৰক্ষীৰ পোছাকত অহা চাৰিটা সন্ত্ৰাসবাদী ষ্টক এক্সচেঞ্জটোৰ ভৱনত প্ৰৱেশ কৰি যধেমধে গুলীবর্ষণ কৰে।সন্ত্ৰাসবাদীৰ গুলীত নিহত হয় পাঁচজন সুৰক্ষা বাহিনীৰ লোক।পিছত সুৰক্ষা বাহিনীয়ে নিধন কৰে সন্ত্ৰাসবাদীকেইটাক।ঘটনাৰ পিছত কৰাচী মহানগৰখনত আতংকৰ সৃষ্টি হয়।
- Log in to post comments
- 14 views