'আনলক'ত আমি 'লকডাউনত'কৈ অধিক সতৰ্কতা অৱলম্বন কৰিব লাগিব-প্ৰধানমন্ত্ৰী মোডী

PM Modi

দেওবাৰে 'মন কি বাত' অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে 'আনলক'ত আমি 'লকডাউনত'কৈ অধিক সতৰ্কতা অৱলম্বন কৰিব লাগিব।প্ৰধানমন্ত্ৰীয়ে কয় যে এইটো আমি মনত ৰখা উচিত যে মাস্ক নিপিন্ধিলে আৰু ছয় ফুট দূৰত্ব ৰখাৰ নিয়ম পালন কৰা নহ'লে,নিজৰ লগতে আন লোককো সংকটলৈ ঠেলি দিয়া হ'ব।

Your Comments