ক'ৰ'না সংক্ৰমণ ৰোধৰ বাবে চীনে আৰম্ভণিতে পদক্ষেপ গ্ৰহণ নকৰাৰ পোনপটীয়া অভিযোগ আমেৰিকাৰ

Pic

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণক লৈ আমেৰিকা আৰু চীনৰ সংঘাত ক্ৰমাৎ বৃদ্ধি পাইছে।আমেৰিকাৰ ৰাষ্ট্ৰপতি মাইক পম্পিয়'ই চীনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কৈছে যে চীনে বিগত বৰ্ষৰ ডিচেম্বৰতে অৱগত হৈছিল ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ বিষয়ে।কিন্তু সকলো জানিও চীনে নিজ দেশৰ নাগৰিকসকলক দেশৰ বাহিৰলৈ যাবলৈ অনুমতি দিছিল।যাৰ বাবে সমগ্র বিশ্বত ক'ৰ'না সংক্ৰমণ বিয়পি পৰিছিল।

Your Comments