
ক'ৰ'না আক্ৰান্ত হোৱাৰ বাবে বিশ্বৰ অধিকাংশ দেশতে আৰ্থিক সংকট গভীৰ হৈছে।কিন্তু,পূৰ্বৰে পৰা আৰ্থিক সংকটৰ মাজত থকা পাকিস্তানৰ অৰ্থনীতি এতিয়া দেউলীয়া হৈ পৰিছে।উপায়ন্তৰ হৈ এতিয়া পাকিস্তানে বিভিন্ন দেশ,আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ পৰা সাহায্য বিচাৰিছে।ক'ৰ'না সংকটৰ সৈতে যুঁজিবলৈ পাকিস্তানে এতিয়া ভাৰত অন্যতম সদস্য হিচাপে থকা দক্ষিণ এছিয়াৰ দেশসমূহৰ সংগঠন 'ছাৰ্ক'ৰ পৰা ৩ মিলিয়ন মাৰ্কিন ডলাৰৰ সাহায্য বিচাৰিছে।পাকিস্তানো 'ছাৰ্ক'ৰ সদস্য।
- Log in to post comments
- 66 views