ক'ৰ'না ভাইৰাছ সংক্ৰমণৰ নতুন কেন্দ্ৰ ইৰাণ:১২ জন লোকৰ মৃত্যু

Pic

চীনত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণত বৰ্তমানলৈ ২,৬৬৩ জন লোকৰ মৃত্যু হৈছে।আনহাতে,সমগ্ৰ বিশ্বজুৰি ২,৭০০ জন লোকৰ মৃত্যু হৈছে।ইফালে,ক'ৰ'না ভাইৰাছৰ সংক্ৰমণত চীনৰ পিছতে সৰ্বাধিক মৃত্যু ঘটিছে ইৰাণত।ইৰাণত ৪৭ গৰাকী সংক্ৰমিত ব্যক্তিৰ ভিতৰত ১২ জন লোকৰ মৃত্যু ঘটিছে।গতিকে,এতিয়া ক'ৰ'নাৰ আতংক আৰৱ বিশ্বলৈ অথবা মধ্য প্ৰাচ্যলৈ বিয়পি পৰিছে।চীনৰ পিছতে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ নতুন কেন্দ্ৰ হৈ পৰিছে ইৰাণ।

Your Comments