ক'ৰ'নাৰ সংক্ৰমণৰ আতংক:পৰিত্যক্ত হৈ পৰিছে চীনৰ আৰ্থিক ৰাজধানী ছাংহাই

Pic

ক'ৰ'না ভাইৰাছৰ ব্যাপক আতংক চীনত।আতংক ইমানেই বৃদ্ধি পাইছে দেশখনৰ আৰ্থিক ৰাজধানী তথা সবাতোকৈ বৃহৎ চহৰ ছাংহাই এখন পৰিত্যক্ত মহানগৰত পৰিণত হৈছে।মহানগৰখনত এতিয়া পথত যান-বাহনৰ চলাচল প্ৰায় শূন্য।সংক্ৰমণৰ ভয়ত মানুহ ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছে।

Pic

বজাৰ-সমাৰ,শ্বপিং ম'ল সকলো বন্ধ।উল্লেখযোগ্য যে চীনত ক'ৰ'না ভাইৰাছৰ।সংক্ৰমণত বৰ্তমানলৈকে ৯০৮ জন লোকৰ মৃত্যু হৈছে।৪০,০০০ জনতকৈ অধিক লোক ৰোগাক্ৰান্ত হৈছে।

Your Comments