'প্ৰধানমন্ত্ৰী মোডীয়ে কৰ্মসংস্থাপন আৰু অৰ্থনীতি সন্দৰ্ভত বক্তব্য প্ৰকাশ নকৰে'-ৰাহুল গান্ধী

Pic

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰ্মসংস্থাপন আৰু অৰ্থনীতি সন্দৰ্ভত বক্তব্য প্ৰকাশ কৰিব লাগে।কিন্তু তেওঁ এই সন্দৰ্ভত বক্তব্য প্ৰকাশ নকৰে।বৃহস্পতিবাৰে এই বুলি মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছ নেতা,সাংসদ ৰাহুল গান্ধীয়ে।

Your Comments