ৰাম মন্দিৰ নিৰ্মাণ সন্দৰ্ভত বুধবাৰে কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ ঘোষণা কৰে।বুধবাৰে লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাম মন্দিৰ ন্যাস গঠনৰ বিষয়ে ঘোষণা কৰে।এই ন্যাসৰ নাম হ'ব 'শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ'।উত্তৰ প্ৰদেশৰ অযোধ্যাত চৰকাৰে অধিগ্ৰহণ কৰা ৬৭ একৰ ভূমি ৰাম মন্দিৰ নিৰ্মাণৰ বাবে এই ন্যাসক অৰ্পণ কৰা হ'ব।
- Log in to post comments
- 31 views