দিল্লীৰ জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ সমীপত পুনৰ দুৰ্বৃত্তৰ গুলীচালনা

Pic

দিল্লীৰ জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ ৫ নম্বৰ প্ৰৱেশদ্বাৰৰ সমীপত দেওবাৰে নিশা দুৰ্বৃত্তই গুলীচালনা কৰে।জামিয়া কৰ্ডিনেচন কমিটীৰ মতে স্কুটীত অহা দুৰ্বৃত্তই গুলীচালনা কৰি পলায়ন কৰে।  গুলীচালনাত কোনো লোক হতাহত হোৱা নাই।গুলীচালনাৰ ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতো স্থানীয় একাংশ লোকে দিল্লী আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ কৰে।উল্লেখ্য যে বিগত চাৰি দিনত জামিয়া এলেকাত গুলীচালনাৰ এয়া তৃতীয় ঘটনা।

Your Comments