গুৱাহাটীত আয়োজিত হ'ব লগীয়া ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ।গাৰ্গে কয় যে আমন্ত্ৰণ পালে তেওঁ ফিল্মফেয়াৰত অংশগ্ৰহণ কৰিব।একাংশ শিল্পীয়ে ফিল্মফেয়াৰক লৈ অশুদ্ধ সিদ্ধান্ত লৈছে বুলিও তেওঁ উল্লেখ কৰে।তেওঁ লগতে মন্তব্য কৰে যে 'কা' বিৰোধী আন্দোলন চলি আছে আৰু ভৱিষ্যতেও চলিব।
- Log in to post comments
- 15 views