১ ফেব্ৰুৱাৰীত ফাঁচী নহয় নিৰ্ভয়াৰ ধৰ্ষণকাৰীৰ

Pic

১ ফেব্ৰুৱাৰীত ফাঁচী নহয় নিৰ্ভয়াৰ ধৰ্ষণকাৰীৰ।দিল্লীৰ পাটিয়ালা হাউচ ক'ৰ্টে অনিৰ্দিষ্টকালীনভাৱে স্থগিত ৰাখিলে চাৰিও ধৰ্ষণকাৰীৰ ফাঁচী।অপৰাধীকেইটাৰ বাবে আইনী বিকল্প বাকী থকালৈকে ফাঁচী স্থগিত হৈ থাকিব পাৰে।

Your Comments