ক'ৰ'না ভাইৰাছৰ নৰসংহাৰক 'গ্লোবেল ইমাৰজেন্সি' ঘোষণা বিশ্ব স্বাস্থ্য সংস্থাৰ:চীনত বৰ্তমানলৈকে ২১২ জন লোকৰ মৃত্যু

Pic

চীনত মহামাৰী সদৃশ হৈ পৰা ক'ৰ'না ভাইৰাছে সৃষ্টি কৰা ৰোগক বিশ্ব স্বাস্থ্য সংস্থাই 'গ্লোবেল ইমাৰজেন্সি' ঘোষণা কৰিছে।উল্লেখ্য যে বৰ্তমানলৈ চীনত ২১২ জন লোকৰ ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু ঘটিছে।৬,০০০ জনতকৈ অধিক লোক আক্রান্ত হৈছে।ইফালে,চীন চৰকাৰে কৰ'না ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ জয় কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে।

Your Comments