'কা' বিৰোধিতাৰে উত্তাল কেৰেলা বিধানসভা

Pic

'কা' বিৰোধিতাৰে বুধবাৰে উত্তাল কেৰেলা বিধানসভা।বিধায়কে দিলে 'কা' আৰু এনআৰচি বিৰোধী শ্লোগান।ৰাজ্যপাল গ' বেক' প্লেকাৰ্ড প্ৰদৰ্শন কৰিলে একাংশ বিধায়কে।অনিচ্ছাস্বত্বেও কেৰেলাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে পঢ়িলে ৰাজ্য চৰকাৰৰ 'কা' বিৰোধী প্ৰস্তাৱ।

Your Comments