বিজেপিৰ একাদশ ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে সোমবাৰে দায়িত্ব গ্ৰহণ কৰিব জে পি নাড্ডাই।ইয়াৰ পূৰ্বে নাড্ডাই বিজেপিৰ কাৰ্যবাহী অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল।নাড্ডাই প্ৰথম মোডী চৰকাৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ পদটো আছিল।ৰাষ্ট্ৰীয় ৰাজনীতিলৈ অহাৰ পূৰ্বে হিমাচল প্ৰদেশৰ ৰাজনীতিত সক্ৰিয় আছিল নাড্ডা।
- Log in to post comments
- 16 views