অসম ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে পুনৰ নিৰ্বাচিত হ'ল ৰঞ্জিত কুুমাৰ দাস।গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিজেপিৰ বৈঠকত পুনৰ তিনিটা বছৰৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত হৈছে দাস।উল্লেখ যে বৰ্তমানো দলটোৰ সভাপতি হিচাপে আছিল দাস।
- Log in to post comments
- 20 views