আজি অসম বিধানসভা শীতকালীন অধিৱেশনৰ দ্বিতীয় দিন।দ্বিতীয় দিনটোত অধিৱেশনলৈ কংগ্ৰেছী বিধায়কসকল আহিল ব্যতিক্ৰমী ৰূপত।পিয়াঁজৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ জনাই কংগ্ৰেছৰ বিধায়কসকলে ডিঙিত পিয়াঁজৰ মালা পিন্ধি বিধানসভাত প্ৰৱেশ কৰে।সকলোৱে পিয়াঁজৰ মূল্যবৃদ্ধিৰ বাবে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।
- Log in to post comments
- 19 views