মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নৱিশে পদত্যাগ কৰিছে।বুধবাৰে বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ কোনো উপায় নথকাত মুখ্যমন্ত্ৰী ফড়নৱিশে পদত্যাগ কৰিলে।ইয়াৰ পূৰ্বে বিজেপিক সমৰ্থন দিয়া এনচিপিৰ বিদ্ৰোহী নেতা অজিত পাৱাৰে উপ-মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।উল্লেখ্য যে মাত্ৰ ৮০ ঘণ্টাতে পতন ঘটিল মহাৰাষ্ট্ৰৰ বিজেপি চৰকাৰৰ।
- Log in to post comments
- 20 views