উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰৰ ৰাজ্যপালক বুধবাৰলৈকে বিধানসভাত শক্তি প্ৰদৰ্শন নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে।গতিকে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নৱিসে বুধবাৰে মহাৰাষ্ট্ৰ বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব।ইয়াৰ পূৰ্বে মঙলবাৰে সংসদ ভৱনৰ চৌহদত সাংবাদিকৰে বাৰ্তালাপত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে শিৱসেনা-এনচিপি-কংগ্ৰেছ মিত্ৰজোঁটে মহাৰাষ্ট্ৰ বিধানসভাত শক্তি প্ৰদৰ্শনত জয়লাভ কৰিব বুলি স্পষ্ট মন্তব্য কৰে।
- Log in to post comments
- 7 views