ৰঙাপৰা সমষ্টিত বিজয় নিশ্চিত হৈছে বিজেপি প্ৰাৰ্থী ৰাজেন বৰঠাকুৰৰ।কংগ্ৰেছ প্ৰাৰ্থী কাৰ্তিক কুৰ্মীতকৈ ৪৫,৭৩২ টা ভোটত আগবাঢ়ি আছে বৰঠাকুৰ।সমষ্টি টোত বিজেপি কৰ্মী-সমৰ্থকসকলে ইতিমধ্যে বিজয় উৎসৱ আৰম্ভ কৰিছে।
- Log in to post comments
- 9 views