কাশ্মীৰ প্ৰসংগত পাকিস্তানক কোনো ধৰণৰ সহায় কৰিবলৈ অস্বীকাৰ ডোনাল্ড ট্ৰাম্পৰ

trump

নিউজ ডেস্ক:
আমেৰিকাই পাকিস্তানৰ আশাৰ ওপৰত পুনৰ চেঁচাপানী ঢালিলে।কাশ্মীৰ প্ৰসংগত আমেৰিকাৰ পৰা বিশেষ সহায়ৰ আশা কৰি আছিল পাকিস্তানে।কিন্তু আমেৰিকাই কাশ্মীৰ প্ৰসংগত পাকিস্তানক কোনো সহায় কৰিব নোৱাৰিব বুলি অৱগত কৰিছে।মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈছে যে পাকিস্তানে ভাৰতৰ সৈতে সম্পৰ্ক দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে উন্নত কৰাৰ দৰকাৰ।কাশ্মীৰ প্ৰসংগত কোনো ধৰণৰ মধ্যস্থতা কৰিবলৈ অস্বীকাৰ কৰে ট্ৰাম্পে।

Your Comments