লাডাখক কেন্দ্ৰীয় শাসিত প্ৰদেশ কৰাৰ সিদ্ধান্তক আদৰণি লাডাখৰ সাংসদৰ

ladakh

লাডাখক কেন্দ্ৰীয় শাসিত প্ৰদেশ হিচাপে গঠন কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তত আনন্দ প্ৰকাশ কৰিছে লাডাখ লোকসভা সমষ্টিৰ বিজেপি সাংসদ জম্যাং টছৰিং নামগ্যালে।সাংসদজনে কয়-এই সিদ্ধান্তই বিকাশ সুনিশ্চিত কৰিব আৰু সীমা সুৰক্ষা মজবুত কৰিব।

Your Comments