জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।জম্মু-কাশ্মীৰক দুটা ভাগত বিভক্ত কৰি আৰু নিৰ্বাচিত জনপ্ৰতিনিধিক কাৰাৰুদ্ধ কৰি ৰাষ্ট্ৰীয় একত্ৰিকৰণ কৰিব পৰা নাযায় বুলি গান্ধীয়ে টুইট কৰে।তেওঁ কয়-দেশ জনতাৰে গঠন হয়,ভূখণ্ডৰে নহয়।
- Log in to post comments
- 27 views