জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ সন্দৰ্ভত আজি লোক সভাত আলোচনা-বিতৰ্ক চলিছে।আজি কংগ্ৰেছৰ লোকসভাৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাত গৃহমন্ত্ৰী অমিত শ্বাহে কয়-'মই যেতিয়া কাশ্মীৰৰ কথা কওঁ তাৰ অৰ্থ পাকিস্তান অধিকৃত কাশ্মীৰো হয়।আপুনি কি পাক অধিকৃত কাশ্মীৰক কাশ্মীৰৰ অংশ বুলি নাভাবে নেকি?আমি কাশ্মীৰৰ বাবে প্ৰাণ দি দিম।'
- Log in to post comments
- 33 views