নিউজ ডেস্ক:
জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ পিছত ৰাজ্যখনত হাই এলাৰ্টত আছে সেনা আৰু বায়ুসেনা।যিকোনো হিংসাত্মক প্ৰতিবাদ ৰোধ কৰিবলৈ সম্পূৰ্ণ সাজু সেনা।ইফালে,শ্ৰীনগৰত উপস্থিত হৈ ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা অজিত ডোভালে সুৰক্ষা ব্যৱস্থা নিৰীক্ষণ কৰিছে।আনহাতে, সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰা হৈছে মেহবুবা মুফটি,ওমৰ আব্দুল্লাকে ধৰি কেইবাজানো শীৰ্ষ ৰাজনৈতিক নেতাক।
- Log in to post comments
- 35 views