সন্ত্ৰাসবাদৰ কাৰখানা খুলি দেওলীয়া হোৱা পাকিস্তানত এতিয়া পেট্ৰ'ল প্ৰতি লিটাৰত  ১১৭ টকা

imran

সন্ত্ৰাসবাদৰ কাৰখানা খুলি এতিয়া আৰ্থিকভাৱে দেওলীয়া হোৱা পাকিস্তানত এতিয়া অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ জুইচাই দাম।শেহতীয়াকৈ প্ৰধানমন্ত্ৰী ইমৰান খানে পেট্ৰ'লৰ মূল্য লিটাৰে প্ৰতি ৫.১৫ টকা বৃদ্ধিত অনুমোদন দিয়াৰ পিছত দেশখনত পেট্ৰ'লৰ মূল্য হয়গৈ লিটাৰত ১১৭.৮৩ টকা।পেট্ৰ'লৰ এই আকাশস্পৰ্শী মূল্যত পাকিস্তানত এতিয়া সৰ্বস্তৰৰ জনতাৰ মাজত ব্যাপক ক্ষোভ।

Your Comments