ব্ৰিটেইনৰ গৃহমন্ত্ৰী হিচাপে ভাৰতীয় গুজৰাটী মূলৰ প্ৰীতি পেটেল

priti

টেৰেছা মে'ৰ পদত্যাগৰ পিছত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছে বৰিছ জনছন।জনছনে নতুনকৈ গঠন কৰা মন্ত্ৰীসভাত এগৰাকী ভাৰতীয় গুজৰাটী মূলৰ ৰাজনীতিকক অতি গুৰুত্বপূৰ্ণ দপ্তৰ প্ৰদান কৰিছে।ভাৰতীয় মূলৰ প্ৰীতি পেটেলক গৃহমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।


উল্লেখ্য যে পূৰ্বে এগৰাকী দক্ষ মন্ত্ৰী হিচাপে প্ৰীতিয়ে নিজৰ চিনাকি দি গৈছে।৪৭ বছৰীয়া প্ৰীতিয়ে পূৰ্বে কোষাগাৰ,জীৱিকা,আন্ত:ৰাষ্ট্ৰীয় বিকাশ দপ্তৰ চম্ভালি নিজৰ দক্ষতাৰ পৰিচয় দিছিল।

Your Comments