গহপুৰত পুনৰ বানৰ তাণ্ডৱ

গহপুৰত পুনৰ বানৰ তাণ্ডৱ

গহপুৰত পুনৰ বানৰ তাণ্ডৱ । কেঁকুৰিজান আৰু ব্ৰহ্মাজান নদীৰ ভগ্ন মথাউৰিয়েদি অহা বাঢ়নী পানীয়ে বুৰালে বাট-পথ, ঘৰ-দুৱাৰ ।

অৰুণাচলত হোৱা মুষলধাৰ বৰষুণৰ পাছত গহপুৰত বুৰিছে ইখনৰ পাছত সিখন গাঁও ।

Your Comments