তৃতীয় মৰ্চা গঠনৰ কুচকাৱাজ আৰম্ভ

STALIN

নিউজ ডেস্ক:

পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছতে আৰম্ভ হৈছে তৃতীয় মৰ্চা গঠনৰ কুচকাৱাজ।এইক্ষেত্ৰত আগভাগ লৈছে টিআৰএছৰ নেতা তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে।ৰাওয়ে এই সন্দৰ্ভত চিপিএম নেতা তথা কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নক কালি নিশা তিৰুৱনন্তপুৰমত সাক্ষাৎ কৰে।


ইয়াৰ পিছতে ৰাওৱে চেন্নাইত ডিএমকে অধ্যক্ষ এম কে ষ্টালিনক সাক্ষাৎ কৰিব।

Your Comments