দোষমুক্ত ঘোষণা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক

ranjan gogoi

নিউজ ডেস্ক:

যৌন উৎপীড়ণৰ অভিযোগ সন্দৰ্ভত দোষমুক্ত ঘোষণা কৰা হৈছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক।ন্যায়াধীশ এছ এ বোবডে নেতৃত্বাধীন তিনিজনীয়া তদন্ত সমিতিয়ে ৰঞ্জন গগৈক দোষমুক্ত ঘোষণা কৰিছে।


উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰীয়ে উত্থাপন কৰা যৌন উৎপীড়ণৰ অভিযোগটোৰ কোনো ভিত্তি নাই বুলি তদন্ত সমিতিখনে প্ৰকাশ কৰিছে।

Your Comments