মাজৰাতি পশ্চিম বংগত ধ্বংসলীলা চলালে 'ফানী'য়ে

f

নিউজ ডেস্ক:

ওড়িশাত ধ্বংসলীলা সৃষ্টি কৰাৰ পিছত যোৱা নিশা পশ্চিম বংগত প্ৰৱেশ কৰে ঘূৰ্ণি ধুমুহা 'ফানী'য়ে।মাজৰাতি ৰাজ্য খনৰ খড়গপুৰ,মুৰ্ছিদাবাদ,পূব মিদনাপুৰ,
উত্তৰ ২৪ পৰিগণা আদি এলেকাত ৯০ কি:মি: গতিবেগত বতাহ বলে।লগতে ধাৰাসাৰ বৰষুণ হয়।


ৰাজধানী কলকাতাতো প্ৰচুৰ বৰষুণ হয়।'ফানী'ৰ প্ৰভাৱত উক্ত এলেকাসমূহত বহু গছ-গছনি ভাঙি পৰে।বহু আৱাসৰো ক্ষতি সাধন হয়।

Your Comments