তামুলপুৰৰ পৰা অভিজিৎ তালুকদাৰ
তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪২ নং ইক্ৰাজুলী প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত আজি সৃষ্টি হয় উত্তেজনাৰ।
বিভিন্ন উন্নয়নমূলক আঁচনিৰ পৰা বঞ্চিত হোৱা আৰু ভিচিডিচিৰ অধীনষ্ঠ নোহোৱাৰ প্ৰতিবাদত ইক্ৰাজুলী গাঁৱৰ ৰাইজে কৰে ভোট বৰ্জন৷
আজিলৈ কোনো এগৰাকী জনপ্ৰতিনিধিয়ে গাঁওখনলৈ ৰাইজৰ খবৰ ল'বলৈ অহা নাই বুলি অভিযোগ কৰে গাঁওবাসীয়ে।ক্ষুদ্ধ ইক্ৰাজুলী গাঁওবাসীৰ ৮২১ গৰাকী ভোটাৰে কৰে ভোট বৰ্জন।
- Log in to post comments
- 9 views