কংগ্ৰেছ প্ৰাৰ্থী শব্দ ৰাভাৰ ভোটদান

sabda

তামুলপুৰ,২৩ এপ্ৰিল :

৫ নং কোকৰাঝাৰ লোক সভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাই  ভোট কেন্দ্ৰ ১৫০ নং  দলংপাৰ প্ৰাথমিক বিদ্যালয়ত পুৱা ৮ বজাত  নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে।

Your Comments