বঙাইগাঁও,২৩ এপ্ৰিল :
বঙাইগাঁৱৰ কেবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম মেচিন বিকল ৷ বিধান সভা সমষ্টিটোৰ অন্তৰ্গত বিদ্যাপুৰৰ ১১৭ নং বনলতা এল পি স্কুল কেন্দ্ৰ, বঙাইগাঁৱৰ ২০০ নং আৰু ২০১ নং ৰেলৱে এইচ এচ স্কুল কেন্দ্ৰ তথা ২২২ নং দেউৰীপাৰা এল পি স্কুল কেন্দ্ৰটোৰ ই ভি এম মেচিন বিকল হয় ৷ ফলত কেন্দ্ৰ চাৰিটাত পলম কৈ ভোটগ্ৰহণ আৰম্ভ হয় ৷
- Log in to post comments
- 5 views